হোষ্টেলৰ চাদত বহি
ৰাতি
আকাশখনলৈ চালে
মনত পৰে
এৰি অহা মৰু অথচ
তৰা ফুটুকী আকাশখন
আকাশখন মাৰ ;
তমসাৰ এই আকাশখন
চালেই
মনত পৰে
এৰি অহা বিষন্ন পদূলিৰ
পোহৰ পোহৰ মুখখনি
মুখখনি মাৰ ।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]
হোষ্টেলৰ চাদত বহি
ৰাতি
আকাশখনলৈ চালে
মনত পৰে
এৰি অহা মৰু অথচ
তৰা ফুটুকী আকাশখন
আকাশখন মাৰ ;
তমসাৰ এই আকাশখন
চালেই
মনত পৰে
এৰি অহা বিষন্ন পদূলিৰ
পোহৰ পোহৰ মুখখনি
মুখখনি মাৰ ।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]