Tuesday, June 23

Article

The Silent Jury: Decoding NOTA in Election 2026

The Silent Jury: Decoding NOTA in Election 2026

Article
When we discuss democracy, our minds often jump to the images of loud rallies, beating drums, and the celebratory victory laps of winning parties. However, the 2026 Assembly Elections have revealed a different picture—one that is quiet, yet incredibly profound. I am talking about NOTA (None of the Above), that final button on the EVM which sits at the very bottom, but carries a message of immense depth. More Than a Vote, a Responsibility This year, Assam truly set a benchmark. With an unprecedented 85.96% voter turnout, it is clear that nearly every citizen in our state stepped out because they wanted to be a part of the change. Yet, within this massive crowd, there were those who found themselves unsatisfied with every political block on the ballot. In Assam, approximately 1.10% of vot...
হেৰাই যাব নেকি অসমীয়াৰ বিয়াৰ পৰম্পৰাবোৰ

হেৰাই যাব নেকি অসমীয়াৰ বিয়াৰ পৰম্পৰাবোৰ

Article
আধুনিকতাৰ নামত আমি আমাৰ শিপা পাহৰি যোৱাটো বৰ্তমান সঁচাকৈয়ে এটা চিন্তনীয় বিষয়। আমাৰ সংস্কৃতিবোৰ ক'লৈ গ'ল? অসমীয়া বিয়াৰ নিয়মবোৰ ক'লৈ গ'ল? এতিয়া বিয়াবোৰ দেখিলে ভয় লাগে। এবুকু ধাৰত পোত গৈ কেনেকৈ ফেৰ মাৰিম এই যুগত। অনা অসমীয়া সংস্কৃতিৰে ভৰি পৰিছে সকলো। আমাৰ নিজস্বতা হেৰাই গৈছে। জোৰণ আৰু বিয়া দুদিনীয়া কাৰ্য্যসূচীৰে সমাপ্ত হোৱা বিয়া এতিয়া কোনেও নাপাতে। হাল্ডি, মেহেন্দী, সংগীত আৰু যে কত কি কি অনুষ্ঠান। বাহিৰৰ সংস্কৃতিবোৰ আমি বৰ ভাল পাওঁ, তেনেকুৱা কামবোৰ কৰিব পাৰিলে সমাজত আৰু অলপ ওপৰত থকা যেন অনুভৱ হয়। কিন্তু তেনেকৈ আমাৰ সংস্কৃতিবোৰ বাৰু কোনোবাই আঁকোৱালি লৈছেনে? কেতিয়া এই অনা অসমীয়া নিয়মবোৰে অসমীয়া নিয়মবোৰক গ্ৰাস কৰি পেলালে আমি গমকে নাপালোঁ। গাঁৱৰ বিয়াবোৰতকৈ চহৰৰ বিয়াবোৰ আৰু ভয় লগা। আজিকালি প্ৰায় ভাগ পৰিয়ালৰে সদস্য খুব কম। মাক দেউতাকৰ এটাই ল'ৰা বা এজনীয়েই ছোৱালী বুলি ভাবি ...
Increased traffic severity

Increased traffic severity

Article
Traffic jams have indeed become an important problem in many parts of the world, affecting millions of people every day. There are many reasons for this problem, especially with the increase in urban population. Along with the increase in population, the number of cars on the roads has also increased. Today, far more people own their own cars than ever before, allowing for rising incomes, urbanization and personal transportation. Due to the poor state of mass transit in many places, when buses, trains, etc. are incredibly crowded, or not available at all, people prefer to go by their own cars. That causes more cars to block the roads, slowing down buses or trucks. Cities designed several decades ago were often not built to handle this volume of cars, creating narrow roads. Therefore, narro...
কিতাপ আমাৰ প্ৰয়োজন হওঁক

কিতাপ আমাৰ প্ৰয়োজন হওঁক

Article
কিতাপ হ'ল মানুহৰ সৰ্বোত্তম বিশ্বাসী বন্ধু ৷ এ. পি. জে আব্দুল কালামে কোৱা এশাৰী কথা হয়তো সকলোৰে জ্ঞাত যে "এখন ভাল কিতাপ এশজন ভাল বন্ধুৰ সমান এটা ভাল বন্ধু পুথিভঁৰালৰ সমান"। কিতাপে মানুহৰ বহুতো প্ৰয়োজন পূৰণ কৰিব পাৰে ৷ এখন সুস্থ সমাজ গঢ়াত কিতাপৰ ভূমিকা অপৰিসীম ৷ মানুহে কিতাপ পঢ়াৰ কাৰণ ভিন্ন ধৰণৰ হ'ব পাৰে, কোনোৱে যদি পঢ়ে জীৱিকাৰ বাবে, কোনোৱে পঢ়ে জ্ঞান আহৰণ বাবে, কোনোৱে আকৌ পঢ়ে মনোৰঞ্জন অথবা সময় কটাবৰ বাবে। কেতিয়াবা কেতিয়াবা কিতাপ আমাৰ নিসংগতৰো সংগী হ'ব পাৰে। ভাল কিতাপৰ সংগত থাকি কি পোৱা যায় সেয়া হয়তো অকল গ্ৰন্থপ্ৰেমীসকলেহে বুজি পায় বা অনুভৱ কৰিব পাৰে। তেওঁলোকৰ ঘৰখনত কিতাপৰ বাদে আন একো ৰাখিবলৈ ঠাই নোহোৱা হোৱা কথাটোৱেও এক অদ্ভুত ধৰণৰ আনন্দ দিয়ে। বাহিৰত সোণ - ৰূপ থ'লে চুৰ হয়। আনকি তলা ভাঙিও সোণ-ৰূপ চুৰ কৰে। কিন্তু তেনেকৈ কিতাপ জনো চুৰি হয় ? চোৰে চুৰ কৰিলেও কেতিয়াও কিতাপ ৰখা ঠাইত হাত নি...
সন্তানক নিজৰ মতে আগবাঢ়িবলৈ দিয়ক

সন্তানক নিজৰ মতে আগবাঢ়িবলৈ দিয়ক

Article
প্ৰতিগৰাকী মাক দেউতাকৰ বাবে নিজৰ সন্তানগৰাকী অতি মৰমৰ হয়। নিজৰ সন্তানে যি বিচাৰে, যেনেকৈ বিচাৰে সেয়া দিবলৈ প্ৰতিগৰাকী মাক- দেউতাকেই যতপৰোনাষ্ঠি চেষ্টা কৰে। নিজৰ সন্তানৰ মঙ্গল হোৱাটো প্ৰতিগৰাকী অভিভাৱকৰে কামনা। নিজৰ সন্তানে সকলো দিশতে সফলতা অৰ্জন কৰাতো প্ৰতিগৰাকী মাক দেউতাকেই বিচাৰে। অভিভাৱকসকলে প্ৰায়ে ল’ৰা-ছোৱালীক প্ৰেৰণা দিয়াৰ আশাত শৈক্ষিকভাৱে ঠেলি দিয়ে। যেতিয়া পিতৃ-মাতৃৰ আশা পূৰণৰ ওপৰত মৰম আৰু অনুমোদনৰ চৰ্ত থাকে, তেতিয়া ল’ৰা-ছোৱালীয়ে প্ৰায়ে আঁতৰি যাবলৈ আৰম্ভ কৰে। তেওঁলোকে নিজৰ প্ৰকৃত অনুভৱ লুকুৱাই ৰাখিবলৈ ধৰে আৰু মাক দেউতাক অথবা জেষ্ঠজনৰ পৰা সহায় বিচৰাৰ পৰা বিৰত থাকে। সাধাৰণতে দেখা যায় যে অধিক নিয়ন্ত্ৰণকাৰী পিতৃ-মাতৃ থকা শিশুৱে আচলতে স্কুলত বেয়া হোৱাৰ প্ৰৱণতা থাকে। অভিভাৱকৰ চাপ হৈছে এক প্ৰকাৰৰ আৱেগিক চাপ যিটো ছাত্ৰই অনুভৱ কৰে যেতিয়া তেওঁলোকৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ ওপৰত চৰম মান...
Alcohol injuries your health

Alcohol injuries your health

Article
Alcohol, especially ethanol, is a psychoactive substance that affects the central nervous system (CNS). When drinking alcohol, it is absorbed into the bloodstream and spread throughout the body. Alcohol is metabolized by the liver and broken down into acetaldehyde which is then converted to acetate and finally excreted. The effects of alcohol on the CNS are complex and multifaceted. For millennia, drinking alcohol has been an integral part of human culture, playing a significant role in traditions, ceremonies and daily life all over the world. From ancient Egyptian rituals to modern social events, alcohol has been both celebrated and vilified. While moderate consumption of alcohol can be a source of pleasure, relaxation and social bonding, excessive or chronic use can have many adverse eff...
চকুপানীও কেতিয়াবা ভাল

চকুপানীও কেতিয়াবা ভাল

Article
চকুপানী হ'ল এক মোহৰ আচৰণ। চকুপানী শব্দটোৱে আমাক সাধাৰণতে দুখৰ কথাই মনত পেলায়। কিন্তু কেতিয়াবা কান্দোন এটা ভাল কথাও হ’ব পাৰে কাৰণ ই তীব্ৰ আৱেগৰ মুক্তিৰ পথ হিচাপে কাম কৰে। চকুপানীয়ে মানসিক চাপ কমোৱাত সহায় কৰে। পিছে এই চকুপানীক আকৌ আমি মানুহবোৰেই লিংগভেদে ভাগ কৰিছো। কাৰণ সৰুৰে পৰা আমি এটা কথা অনুধাৱন কৰিয়েই ডাঙৰ হওঁ যে ছোৱালীয়ে চকুপানী টুকা কথাটো যিমানেই সাধাৰণ, ল'ৰা মানুহে চকুপানী টুকা কথাটো কিন্তু সিমানেই অসাধাৰণ। কিয় ? কিয় বাৰু ল'ৰাবোৰক মনৰ আৱেগ উজাৰিবলৈ উচিতভাৱে শিকোৱা নহয়? কান্দোনে মানুহৰ শক্তিশালী আৱেগক প্ৰক্ৰিয়াকৰণ আৰু মুক্ত কৰাত সহায় কৰে, যাৰ ফলত মানুহে কন্দাৰ কিছু সময়ৰ পিছতে ভাল অনুভৱ কৰিব পাৰে। ২০১৪ চনৰ এক অধ্যয়নত দেখা গৈছে যে কান্দিলে মানুহৰ ওপৰত প্ৰত্যক্ষভাৱে আত্মশান্তিদায়ক প্ৰভাৱ পাৰে। সেই অধ্যয়নত ব্যাখ্যা কৰা হৈছিল যে কান্দিলে কেনেদৰে পেৰাচিম্পেথেটিক নাৰ্ভাছ চিষ্টেম...
ধৰ্ষণৰ মহাব্যাধিক প্ৰতিৰোধ কৰিবই লাগিব

ধৰ্ষণৰ মহাব্যাধিক প্ৰতিৰোধ কৰিবই লাগিব

Article
ভাৰতত নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা চতুৰ্থটো অপৰাধ হৈছে ধৰ্ষণ। এই ধৰ্ষণৰ খবৰ আমি প্ৰায় সদায়েই পাওঁ, ধৰ্ষণ শব্দটোৰ ভয়াবহতা সকলো মানুহৰে মনত সোমায় আছে। এদিন কাৰোবাৰ ধৰ্ষণ হয় আৰু সকলোৱে লগ হৈ প্ৰতিবাদ কৰে, আন্দোলন কৰে আৰু তাৰ কিছুদিন পিছত সকলো কথা আগৰ দৰে সাধাৰণ ভাৱে চলি থাকে। আজিকালি কেতিয়াবাটো এনেকুৱাও হয় যে বহুত ডাঙৰকৈ অথবা বহু দিন ধৰি চলি থকা বাতৰিত পোৱা ধৰ্ষণ কাণ্ডবোৰক এৰি বাতৰিত নোপোৱা ধৰ্ষণ কাণ্ডবোৰৰ কথা আমাৰ মানু্হবোৰে গুৰুত্বই নিদিয়ে। সেইবোৰ শুনিলে এনেকুৱা লাগে যেন ধৰ্ষণৰো শ্ৰেণবিভাজন কৰা হৈছে, ধৰ্ষণৰ ঘটনাবোৰো যেন কম বেছি পৰিমাণৰ প্ৰচাৰৰ সৈতে জৰিত হৈ পৰিছে। ধৰ্ষণৰ বিৰুদ্ধে ন্যায় বিচাৰি শ শ মানুহে আন্দোলনৰ কাৰ্যসূচী হাতত লয় কিন্তু লাজৰ কথা যে সেই আন্দোলনকাৰীৰ মাজতো বহুতো ধৰ্ষণকাৰী সোমায় থাকে। নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ (NCRB) ২০২১ চনৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি সমগ্ৰ দেশতে ৩১,...
আৰু কিমান প্লাষ্টিক

আৰু কিমান প্লাষ্টিক

Article
প্লাষ্টিক আমাৰ বাবে কিমান ক্ষতিকাৰক সেয়া হয়তো আমি সকলোৱে জানো। তথাপিও আমি তাক পৰিহাৰ কৰিব নোৱাৰোঁ। প্লাষ্টিক আমাৰ দৈনিক প্ৰয়োজনীয় বস্তুৰ তালিকাৰ এবিধ বুলি ক'লেওঁ ভূল কোৱা নহ'ব। প্লাষ্টিকে আমাক কেনেদৰে সকলো ফালৰ পৰা ঘেৰি ধৰি ৰাখিছে সেয়া বুজি উঠাটো এতিয়া আমাৰ বাবে অতিকৈ প্ৰয়োজনীয় কথা। যোৱা ৭০ বছৰত প্লাষ্টিক উৎপাদন তীব্ৰভাৱে বৃদ্ধি পাইছে। ১৯৫০ চনত বিশ্বত মাত্ৰ ২০ লাখ টন প্লাষ্টিক উৎপাদন হৈছিল। কিন্তু এতিয়া ৪৫ কোটি টনৰো অধিক প্লাষ্টিক উৎপাদন হয়। শেহতীয়াকৈ নেচাৰ জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰত বিশ্বৰ ১ নম্বৰ প্লাষ্টিক প্ৰদূষক দেশত পৰিণত হৈছে। যোৱাবাৰ চীন এই তালিকাৰ শীৰ্ষত আছিল। কিন্তু তাৰ পিছতেই চীনে এই বিষয়টোক গুৰুত্বসহকাৰে লৈছিল আৰু প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। সেয়েহে চীন এতিয়া এই তালিকাৰ ৪ নম্বৰলৈ নামি গৈছে। আমি প্ৰতি বছৰে ...
The hidden dangers of cold drink addiction

The hidden dangers of cold drink addiction

Article
In today’s world, soft drinks, often referred to as sodas or soft drinks, have become a staple in many people’s daily routines. These drinks are refreshingly convenient, especially in the summer, and their sweet nature makes them an irresistible treat. But behind this lies a serious issue that is gradually coming to light. Addiction to cold drinks, driven by their high sugar content. Sugar is a powerful substance. It’s not just candy; It’s a substance that can trigger the brain’s reward system, releasing dopamine, a neurotransmitter that creates feelings of pleasure and satisfaction. This is the same brain pathway activated by addictive drugs, making sugar consumption a habit-forming activity. Soft drinks high in sugar are particularly effective at drawing consumers into a cycle of rep...